Friday, June 28, 2019 Location:SIPRD, HQ, Khanapara, Guwahati-22
এছ আই পি আৰ ডিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা দীক্ষামূলক প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্বনাথ জিলাৰ গাঁও পঞ্চায়তৰ সভাপতিসকলৰ সৈতে সঞ্চালক শ্ৰী খগেশ্বৰ পেগুৰ উপস্থিতিত জিলা শিশু সুৰক্ষা আয়োগৰ বিষয়া শ্ৰীমতী মালবিকা কলিতাই শিশুৰ অধিকাৰ আৰু সুৰক্ষা সম্পৰ্কে আলোচনা কৰাৰ মুহূৰ্তত । কাৰ্যসূচীত জ্যেষ্ঠ প্ৰৱক্তা শ্ৰীমতী পূৰৱী নাথ উপস্থিত থাকে। পাঁচদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰিব।