I am now accessing as a :

Government Of Assam Panchayat & Rural Development State Institute of Panchayat and Rural Development (SIPRD)

S M T W T F S
 
 
 
1
 
2
 
3
 
4
 
5
 
6
 
7
 
8
 
9
 
10
 
11
 
12
 
13
 
14
 
15
 
16
 
17
 
18
 
19
 
20
 
21
 
22
 
23
 
24
 
25
 
26
 
27
 
28
 
29
 
30
 
31
 
 

Archive Events

Pages

Induction Training Progamme for AP Presidents and Vice Presidents

  • Induction Training Programme for AP Presidents and Vice Presidents

Monday, July 22, 2019 Location:SIPRD,HQ.

এছ আই পি আৰ ডিৰ মুখ্য কাৰ্যালয়ত আৰম্ভ হোৱা ধেমাজি, লক্ষীমপুৰ, যোৰহাট আৰু মাজুলী জিলাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি, সভানেত্ৰী, উপ-সভাপতি আৰু উপ-সভানেত্ৰীসকলৰ  পাঁচদিনীয়া দীক্ষামূলক প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰতিনিধিসকলৰ সৈতে   আলোচনাৰ   মুহূৰ্তত   প্ৰতিষ্ঠানটোৰ সঞ্চালক  শ্ৰী খগেশ্বৰ পেগু মহোদয়। অহা ২৬ জুলাইলৈ এই প্ৰশিক্ষণ চলিব।